Pancha Ratna N.C., India
N/A
Unit water supply is the only water treatment plant in this unit where evry one dependant on it, no monthly charge, repairing and maintanance control by govt unit.. এই পানীৰ ব্যৱস্থা অসম পানী যোগান আচঁনিৰ তৰফৰ পৰা দিয়া হৈছে, এই উনিটৰ প্ৰত্যেকজন ব্যক্তি এই আঁচনিৰ ওপৰত নিৰ্ভৰশীল। যদি কেতিয়াবা পানীৰ মেচিন বেয়া হয় তেতিয়া হাহাকাৰ লাগে। ইয়াৰ ব্যৱস্থাৰ দ্বায়িত্ব অসম চৰকাৰৰ হাতত, মাহিলী কোনো ধৰণৰ মাচুল দিব নালাগে।
like
Deli
The best companies in the category 'Deli'